Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে প্রসন্নতা লাভ কৰিছে
Example : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
Synonyms : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, হৃষ্ট
Meaning : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
Example :
Synonyms : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, হৃষ্ট
Meaning : যাৰ ইচ্ছা বা বাসনা পূৰ হৈছে
Example : মই আপোনাৰ দর্শন ্ লাভ কৰি তৃপ্ত হʼলো
Synonyms : তুষ্ট, তৃপ্ত, প্রসন্ন, পৰিতুষ্ট, পৰিতৃপ্ত
Install App