Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
Example : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
Synonyms : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সুশীল
Meaning : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
Example : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
Synonyms : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সাধু, ৰিজু
Install App