Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সদব্যৱহাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

সদব্যৱহাৰ   বিশেষ্য

Meaning : কোনো বস্তু, অধিকাৰ আদিৰ ভাল ধৰণে কৰা ব্যৱহাৰ

Example : আমি সময়ৰ সদব্যৱহাৰ কৰিব লাগে

Meaning : যি ব্যৱহাৰত ভাল ভাব থাকে

Example : আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়

Synonyms : ভাল ব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ