Meaning : সাৱিত্রীৰ পতি
Example :
সাৱিত্রীয়ে সতীত্বৰ বলত নিজৰ মৃত পতি সত্যবানক জীয়াই তুলিছিল
Meaning : যিজনে সত্য কথা কয়
Example :
যুধিষ্ঠিৰ এজন সত্যবাদী ৰজা আছিল
Synonyms : যথার্থ্্বাদী, সত্যবাক, সত্যবাদী, সত্যভাষী, ্সঁচ্াকথীয়া