Subscribe
URL of the page has been copied to clipboard.
Meaning : এনে কোনো কথা যাৰ অনুভূতি বা জ্ঞান কোনো বিশেষ অৱস্থা বা কোনো কাম কৰোতে হয়
Example : ধ্যান অৱস্থাতহে জীৱনৰ মূল সত্যৰ উপলব্ধি হয়
Synonyms : যথার্থ্্তা
Meaning : যি ন্যায়সংগত, উচিত আৰু ্ ধর্মৰ সৈতে সম্বন্ধিত
Example : সত্য ৰক্ষাৰ কাৰণে তেওঁ নিজৰ জীৱন ্ উচর্গা কৰিলে
Synonyms : ঋত, ন্যায্য, যথাযথতা, যথার্থত্া, যাথার্থ্য, সঁচ্া, সইত, সত্যতা
Meaning : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
Example : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
Synonyms : ঠিক, যথার্থ, সঁ্চা
Meaning : যিটো বাস্তৱত আছে বা হৈছে
Example : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
Synonyms : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, ্ পার্থিৱ
Install App