Meaning : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
Example :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
Synonyms : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
Meaning : একেবাৰে ঠিক বা উচিত
Example :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
Meaning : যিটো নৈতিকতাৰে ভৰি আছে
Example :
আমি উচিত কাম কৰা উচিত
Synonyms : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
Meaning : যিটো নি্র্ধাৰিত বা নিশ্চিত
Example :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
Synonyms : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত