Subscribe
URL of the page has been copied to clipboard.
Meaning : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
Example : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
Synonyms : জ্ঞান, বোধ, বোধি, সংজ্ঞা
Meaning : যʼত চেতনা আছে
Example : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
Synonyms : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত
Install App