Subscribe
URL of the page has been copied to clipboard.
Meaning : চুৰি বা ছল-কপট নকৰা ব্যক্তি
Example : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে
Meaning : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
Example : সৎ লোকৰ আদৰ কৰা
Synonyms : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক
Meaning : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
Example : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
Synonyms : ভাল, সাধু, সুজন, সৎ
Install App