Meaning : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
Example :
নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
Synonyms : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
Meaning : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
Example :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
Synonyms : ব্যৱস্থিত কৰা, লগোৱা
Meaning : আহাৰ সন্মুখত ৰখা
Example :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
Synonyms : পৰিৱেশন কৰা