Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼ প্রাণ আছে বা সজীৱ প্রাণী
Example : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
Synonyms : জীৱ, জীৱধাৰী, প্রাণধাৰী, প্রাণী
Meaning : এইমাত্র ওলোৱা বা হোৱা
Example : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
Synonyms : তাজা, সতেজ
Meaning : জীয়াই থকাজন বা যাৰ প্রাণ আছে
Example : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
Synonyms : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন
Meaning : জীৱিত ৰূপত
Example : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
Synonyms : জীৱন্ত
Install App