Subscribe
URL of the page has been copied to clipboard.
Meaning : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
Example : ভাটৌটো সজাৰ পৰা উৰি গʼল
Synonyms : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
Meaning : পাৰ ৰাখিবলৈ সজা বাহ
Example : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
Synonyms : পাৰ-বাহা, পাৰৰ বাহ
Meaning : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
Example : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
Synonyms : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
Meaning : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
Example : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
Synonyms : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
Meaning : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
Example : কুমাৰে কলহ নি্র্মাণ কৰে
Synonyms : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
Meaning : ঘৰ বা দেৱাল আদি বনোৱা
Example : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
Synonyms : উঠোৱা, বনোৱা
Install App