Meaning : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
Example :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
Synonyms : সংস্কৃত ভাষা
Meaning : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
Meaning : যাক পৰিশোধন কৰা হৈছে
Example :
সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
Synonyms : পৰিমার্জিত