Meaning : দেশৰ শাসন সম্পর্কীয় কাম-কাজৰ সঞ্চালনা কৰা ভৱন
Example :
সন্ত্রাসবাদৰ কাৰণে সংসদ ভৱনৰ সুৰক্ষা বঢ়াই দিয়া হৈছে
Synonyms : সংসদ ভৱন
Meaning : দেশৰ শাসন ব্যৱস্থাৰ সুচাৰু সম্পাদনৰ বাবে নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ সভা যি ৰাজ্য অথবা শাসন সম্বন্ধীয় কামত সহায়ৰ বাবে আইন প্রস্তুত কৰে
Example :
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে