Subscribe
URL of the page has been copied to clipboard.
Meaning : সংযোজিত হোৱা ভাব বা ক্রিয়া
Example : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
Synonyms : সংমিশ্রণ, সমাহাৰ, সমাৱেশ
Meaning : কোনো বস্তুত থকা কোনো ধৰণৰ ত্ৰুটি বা অভাৱ পূৰণ কৰিবৰ কাৰণে পিছৰ পৰা অলপ লগ লগোৱা, মিলোৱা বা বঢ়োৱা কাৰ্য
Example : মই প্ৰথম উত্তৰটো সংযোজন কৰিবলৈ পাহৰি থাকিলোঁ
Install App