Meaning : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
Example :
মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
Synonyms : মর্যাদাসম্পন্ন
Meaning : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
Example :
সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
Meaning : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
Example :
সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে