Meaning : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
Example :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
Synonyms : মিশ্রণ
Meaning : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
Example :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
Meaning : মিহলি হোৱা কার্য
Example :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়