Subscribe
URL of the page has been copied to clipboard.
Meaning : সুখ-দুখ অনুভব কৰিব পৰা এনে এক মানসিক বৃত্তি যাৰ কোনো বাহ্যিক প্রতিক্রিয়া নাথাকে
Example : কেতিয়াবা ভৱিষ্যতত ঘটিবলগীয়া ঘটনাৰো অনুভব হয় অশুদ্ধ শৰীৰ অনুভূতি শূন্য হয়
Synonyms : অনুভব, অনুভূতি, অনুভৱ
Meaning : বোধ ওপজা বৃত্তি বা শক্তি
Example : চেতনাই জীয়াই থকাৰ লক্ষণ
Synonyms : গমগতি, চম্বিত, চেতনা, জ্ঞান, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
Install App