Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সংবাদ from অসমীয়া dictionary with examples, synonyms and antonyms.

সংবাদ   বিশেষ্য

Meaning : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা

Example : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল

Synonyms : খবৰ, বতৰা, বাতৰি, সমাচাৰ, সম্বাদ

Meaning : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ

Example : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল

Synonyms : খবৰ, খবৰ বাতৰি, বাতৰি, বার্তা, ্ সমাচাৰ