Meaning : জ্ঞান আৰু বুদ্ধি
Example :
ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
Synonyms : চেতনা, বিচাৰ-বুদ্ধি
Meaning : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
Example :
আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
Synonyms : নাম
Meaning : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ
Example :
তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে
Synonyms : বিশেষ্য