Meaning : যাৰ সংগঠন কৰা হৈছে
Example :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
Meaning : যিটো একতাৰে পৰিপূর্ণ
Example :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
Synonyms : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ