Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সংগঠন from অসমীয়া dictionary with examples, synonyms and antonyms.

সংগঠন   বিশেষ্য

Meaning : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ

Example : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল

Meaning : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

Example : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

Synonyms : দল, মণ্ডল, মণ্ডলী

Meaning : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ

Example : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য

Synonyms : সংস্থা