Subscribe
URL of the page has been copied to clipboard.
Meaning : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য
Example : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে
Synonyms : সঙ্কৰ
Meaning : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
Example : প্রসাদ এবিধ মিশ্রণ
Synonyms : মিশ্রণ, সংমিশ্রণ
Meaning : সংকৰৰ পৰা উৎপন্ন
Example : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়
Synonyms : বর্ণ সংকৰ, সংকৰজ
Install App