Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
Example : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
Synonyms : চৰম, লাজ
Meaning : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা
Example : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে
Synonyms : কুণ্ঠাবোধ
Install App