Subscribe
URL of the page has been copied to clipboard.
Meaning : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
Example : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
Synonyms : উচ্চ
Meaning : যি খুউব ভাল
Example : ৰামচৰিত মানস সন্ত তুলসীদাসৰ উত্তম কৃতি
Synonyms : অনন্য, অনবদ্য, উত্তম, উৎকৃষ্ট, প্রকৃষ্ট, সর্ব্বোত্তম
Meaning : যি কোনো ক্ষেত্রৰ প্রধান
Example : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
Synonyms : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, মুখ্য
Install App