Subscribe
URL of the page has been copied to clipboard.
Meaning : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
Example : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
Synonyms : ক্লাছ
Meaning : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
Example : তুমি কোন শ্রেণীত পঢ়া ?
Synonyms : কক্ষা, ক্লাছ, মহলা
Meaning : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
Example : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
Synonyms : সমুদায়, ্বর্গ
Meaning : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
Example : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
Synonyms : গোট, বর্গ
Meaning : কোনো কোঠাত উপস্থিত লোক
Example : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
Synonyms : কোঠা
Install App