Subscribe
URL of the page has been copied to clipboard.
Meaning : যি শুই আছে বা নিদ্রাত আছে
Example : শোৱাজনক নজগাবা
Synonyms : সুপ্ত
Meaning : শোৱা কার্য
Example : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
Synonyms : শয়ন
Meaning : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
Example : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
Synonyms : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
Install App