Meaning : লাহে লাহে অনুচিতভাৱে কাৰোবৰ ধ, সম্পত্তি আদি লৈ লোৱা কার্য
Example :
জমিদাৰে নিজৰ আৰামৰ কাৰণে দুখীয়াক শোষণ কৰিছিল
Meaning : পানী আদি শুহি লোৱা কার্য
Example :
গছে পৃথিৱীৰ পৰা পানী আদি শোষণ কৰে
Synonyms : অৱশোষণ কৰা, শুহি লোৱা