Subscribe
URL of the page has been copied to clipboard.
Meaning : শিৱৰ উপাসক বা ভক্ত
Example : শিৱ মন্দিৰত এজন শৈৱই ধূনি জ্বলায় আছে
Synonyms : শিৱভক্ত
Meaning : শিৱৰ উপাসকসকলৰ সম্প্রদায়
Example : শিৱ ভক্ত সকলৰ লগত থাকি থাকি ্তেওঁ শৈৱ সম্প্রদায়ত অন্তর্ভূক্ত হৈ পৰিল
Synonyms : শৈৱ সম্প্রদায়
Meaning : শিৱ সম্বন্ধী বা শিৱৰ
Example : এজন শিৱভক্তই শৈৱ মতৰ ওপৰত এখন কিতাপ লিখি আছে
Install App