Subscribe
URL of the page has been copied to clipboard.
Meaning : শ্মশান বা কবৰস্থান আদিলৈ অন্তিম সংস্কাৰৰ কাৰণে মৃত ব্যক্তি বা মৰাশ লৈ যোৱা এক যাত্রা
Example : মাদাৰ টেৰেচাৰ শৱযাত্রাত লাখ-লাখ মানুহে ভাগ লৈছিল
Synonyms : শেষ-যাত্রা, শ্মাশান যাত্রা, শৱ-যাত্রা, শৱযাত্রা, শৱানুগমন
Install App