Meaning : কাম-বন শেষ হোৱা
Example :
সভাখন উঠি গʼল বজাৰ উঠি গʼল
Synonyms : উঠা, উঠি যোৱা, সমাপ্ত হোৱা
Meaning : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
Example :
বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
Synonyms : নির্মূল ্হোৱা, সমাপ্ত হোৱা