Meaning : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা
Example :
প্রথমে এই কামটো সমাপ্ত কৰা
Synonyms : সমাপ্ত কৰা
Meaning : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
Example :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
Synonyms : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
Meaning : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
Example :
মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
Synonyms : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা