Subscribe
URL of the page has been copied to clipboard.
Meaning : পানীৰ ভিতৰত হোৱা একপ্রকাৰৰ ঘাঁহ বিশেষ
Example : পুখুৰীটোত শেলাই বেছি থকাৰ কাৰণে সাঁতুৰিবলৈ অসুবিধা
Synonyms : শেলাই, শৈৱাল
Meaning : এক প্রকাৰৰ মিহি বা সূক্ষ্ম উদ্ভিদ
Example : পুখুৰীৰ কাষৰ মন্দিৰৰ খটখটিত বহুত শেলুৱৈ জমা হʼল
Synonyms : শেলাই
Install App