Subscribe
URL of the page has been copied to clipboard.
Meaning : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই
Example : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল
Synonyms : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন চৰাই
Meaning : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই
Example : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া
Synonyms : শেন চৰাই
Install App