Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা আনটোৰ সৈতে সম্বন্ধ থকা কোনো কথা, বস্তু বা ঘটনা আদিৰ ক্রম অনুসৰি হোৱা বহু ধৰণৰ কথা
Example : খেলৰ শৃংখলা আজিৰ পৰা আৰম্ভ হʼব
Synonyms : চিৰিজ
Meaning : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
Example : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
Synonyms : লাইন, লান, লানি, লালী, শাৰী
Install App