Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শুল্ক from অসমীয়া dictionary with examples, synonyms and antonyms.

শুল্ক   বিশেষ্য

Meaning : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

Example : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

Synonyms : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স

Meaning : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

Example : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

Synonyms : ভাড়া, ভাৰা, মাচুল

Meaning : খেতি-বাতিৰ মাটিত লগোৱা কৰ

Example : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

Synonyms : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স

Meaning : কোনো কামৰ সলনি লোৱা বা দিয়া ধন

Example : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল

Synonyms : ফিজ, মাচুল