Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
Example : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
Synonyms : আদি, আৰম্ভ, আৰম্ভণি, প্রাৰম্ভ
Meaning : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
Example : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
Synonyms : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
Meaning : কোনো কামৰ আৰম্ভ
Example : এই কামটোৰ শুভাৰম্ভ কোনে কৰিব ?
Synonyms : আৰম্ভ
Install App