Subscribe
URL of the page has been copied to clipboard.
Meaning : আনক শুনাত প্রবৃত্ত কৰা
Example : আইতাই আমাক ৰাতি কাহিনী শুনায়
Meaning : ভাল-বেয়া কোৱা
Example : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে
Synonyms : কোৱা
Meaning : মৌখিক ্বর্ণ্্না কৰা কার্য
Example : তেওঁ নিজৰ ৰাম কাহিনী শুনালে
Meaning : কবিতা,গজল আদি কোৱা কার্য
Example : শ্যামে স্বৰচিত কবিতা পাঠ কৰি আছে
Synonyms : পাঠ কৰা
Install App