Subscribe
URL of the page has been copied to clipboard.
Meaning : ধর্ম অনুসৰি পবিত্র হোৱা অৱস্থা
Example : গংগাজলৰ পবিত্রতাত কোনো সন্দেহ নাই
Synonyms : পবিত্রতা, শুচিতা
Meaning : বিশুদ্ধ হোৱাৰ অৱস্থা
Example : সোণাৰীয়ে সোণ দেখিয়েই তাৰ বিশুদ্ধতা প্রমাণ পায়
Synonyms : বিশুদ্ধতা, বিশুদ্ধি, যথার্থত্া, সাৰবত্তা
Meaning : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
Example : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
Synonyms : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, স্বচ্ছতা
Install App