Meaning : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
Example :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
Synonyms : বাষ্পীভূত কৰা
Meaning : আদ্রতা দূৰ কৰা
Example :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
Meaning : সজীৱতা বা সতেজতা ভাব নথকা
Example :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
Meaning : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
Example :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
Synonyms : শুকাই যোৱা