Subscribe
URL of the page has been copied to clipboard.
Meaning : জাৰকালিৰ ঋতু
Example : শীতকালত কুহুমীয়া ৰʼদত বহি ভাল লাগে
Synonyms : শীতঋতু
Meaning : ঠাণ্ডা বতৰ
Example : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
Synonyms : জাৰ, জাৰকালি, শীত
Meaning : গছৰ পাত বিশেষভাৱে সৰি যোৱা ঋতু বিশেষ
Example : শীতকালৰ পিছতেই বসন্তকালৰ আগমণ ঘটে
Synonyms : শীত-কাল
Install App