Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে কলাত্মক কাম কৰে:সংগীত সন্ধিয়াত উপস্থিত সকলো শিল্পীকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
Example :
Synonyms : কলাকর্মী, কলাকাৰ
Meaning : শিল্পৰ কাম কৰা ব্যক্তি
Example : তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি
Synonyms : কলাকুশলী, কাৰিকৰ, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্প্কর্ম্্কাৰ
Install App