Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
Example : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
Synonyms : চূড়া, শিখা
Meaning : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
Example : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
Synonyms : উচ্চ, ওখ, ওখ-পাখ, চৰা, টিং
Install App