Subscribe
URL of the page has been copied to clipboard.
Meaning : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই
Example : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই
Synonyms : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ
Install App