Subscribe
URL of the page has been copied to clipboard.
Meaning : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
Example : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
Synonyms : উপদেশ
Meaning : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
Example : পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
Synonyms : তালিম
Meaning : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
Example : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
Synonyms : উপদেশ, জ্ঞান, বুজনি, শিকনি
Install App