Meaning : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
Example :
সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
Meaning : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
Example :
ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
Synonyms : লানী
Meaning : ক্রম অনুসাৰে হোৱা অৱস্থা
Example :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
Synonyms : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
Meaning : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
Example :
উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
Synonyms : পংক্তি