Subscribe
URL of the page has been copied to clipboard.
Meaning : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
Example : মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
Synonyms : ধর্মগ্রন্থ, ধর্মপুথি, ধর্ম্্শাস্ত্র, পুথি
Meaning : কোনো বিষয়ত জড় পদার্থ ্বা লৌকিক বিষয়ৰ ্সন্দর্ভত ্লাভ কৰা কোনো কথা বা তত্ত্বৰ প্রণালীবদ্ধ বিৱৰণ যি এক স্বয়ং সম্পূর্ণ ্শাস্ত্রৰ ৰূপত থাকে
Example : ৰামে ৰাজনীতি বিজ্ঞান পঢ়ি আছে ৰাহুলে বর্ত্্মান জ্যোতিষ বিদ্যা অধ্যয়ন কৰি আছে
Synonyms : বিজ্ঞান, বিদ্যা
Install App