Subscribe
URL of the page has been copied to clipboard.
Meaning : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
Example : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
Synonyms : ???
Meaning : এজোপা সুকাঠী বহুত ডাঙৰ গছ
Example : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
Synonyms : শাল গছ
Meaning : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
Example : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে
Meaning : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
Example : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
Synonyms : কীলক, স্থানু
Install App