Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শান্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

শান্তি   বিশেষ্য

Meaning : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

Example :

Synonyms : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

Meaning : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

Example : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

Synonyms : প্রশান্তি

Meaning : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

Example : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

Synonyms : আৰাম

Meaning : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

Example : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

Synonyms : সুখ

Meaning : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

Example : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

Meaning : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

Example : যোগ সাধনে মনলৈ শান্তি আনে

Synonyms : প্রশান্তি, স্বস্তি, ্শাঁতি

Meaning : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

Example : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

Synonyms : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা