Meaning : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
Example :
ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
Synonyms : ঠাণ্ডা
Meaning : যি উদ্বিগ্ন নহয়
Example :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
Synonyms : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
Meaning : যাৰ চিত্ত স্থিৰ
Example :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
Synonyms : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
Meaning : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
Example :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
Synonyms : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান