Meaning : পুৰুষৰ মতে তেওঁৰ পত্নীৰ দেউতাক:ৰজা জনক ৰামৰ শহুৰেক আছিল
Example :
Synonyms : শহুৰ দেউতা, শ্বশুৰ
Meaning : পত্নীৰ মতে তেওঁৰ ্ স্বামীৰ দেউতাক
Example :
ৰজা দশৰথ সীতাৰ শহুৰেক আছিল
Synonyms : শহুৰ-দেউতা